अर्थ : পুৰুষ বা নাৰীৰ একো লক্ষণ নথকা ব্যক্তি বিশেষ
उदाहरण :
আজিকালি হিজৰাবোৰেও ৰাজনীতি কৰিবলৈ লৈছে
अर्थ : যাৰ স্ত্রী সম্ভোগৰ শক্তি নাথাকে বা কম থাকে
उदाहरण :
তাইৰ বিবাহ এজন নপুংসকৰ লগত কৰালে
पर्यायवाची : নপুংসক