सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ভাৰতৰ উত্তৰ দিশত অৱস্থিত পৃথিৱীৰ সকলোতকৈ ওখ পর্বত
उदाहरण : হিমালয় ভাৰতৰ ভাৰতৰ প্রহৰী স্বৰূপ
पर्यायवाची : অচলাধিপ, অদ্রিৰাজ, অদ্রীশ, উত্তৰাচল, গিৰিৰাজ, গিৰীন্দ্র, গিৰীশ, নগপতি, নগাধিপ, নগাধিৰাজ, নগেন্দ্র, নগৰাজ, পর্বতপতি, শৈলেন্দ্র, শৈলৰাজ, হিমশী্র্ষ, ্পর্বত্্ৰাজ
इंस्टॉल करें