अर्थ : প্রত্যাহ্বান জনোৱা শ্্ব্দ বিশেষ
उदाहरण :
শত্রুৰ হুংকাৰ শুনি ্তেওঁ ্বাহিৰলৈ ওলায় আহিল
अर्थ : কোনো কাম কৰিবৰ কাৰণে উচ্চ স্তৰত চিঞৰি উৎসাহিত কৰা কার্য
उदाहरण :
হালোৱাজনে বাৰে-বাৰে দিয়া হুংকাৰত বলদহাল বেগাই যাবলৈ ধৰিলে
अर्थ : ভয় ভীত কৰোৱাৰ কাৰণে জোৰেৰে ডাঙৰকৈ কৰা শ্্ব্দ
उदाहरण :
ভীমৰ হুংকাৰ শুনি কৌৰৱ পক্ষ সন্ত্রস্ত হৈ পৰিল
पर्यायवाची : গর্জন