सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়
उदाहरण : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়
पर्यायवाची : অর্থ, কাৰক, কাৰণ, নিমিত্ত, মূল
अर्थ : প্রমাণিত কৰা কোনো কথা
उदाहरण : উকীলে হেতুৰ সন্ধানত লাগি আছে
अर्थ : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ
उदाहरण : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?
पर्यायवाची : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, কাৰণ, প্রয়োজন, মতলব, লক্ষ্য
अर्थ : মূল কাৰণ
उदाहरण : সমস্যাৰ হেতুৰ প্রতি ধ্যান দি সমাধান বিচাৰক
इंस्टॉल करें