पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से হৈ-চৈ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

হৈ-চৈ   বিশেষ্য

अर्थ : বহুতো মানুহে একেলগে চিঞৰ মৰা কার্য যʼত শৰীৰ হালি-জালি দুলি থাকে

उदाहरण : লʼৰা-ছোৱালীবোৰে ছাদৰ ওপৰত হাই-উৰুমি কৰি আছে

पर्यायवाची : আটাহ, উসমিস, কিৰিলি, কুমৰধ্বনি, কেলৌ-কেচৌ, কেলৌ-মেলৌ, কোর্হাল, গণ্ডগোল, গোলমাল, তোলপাৰ, ফুৰুলি, হাই, হাই-উৰুমি, হাল্লা, হুলদিল, হুলস্থূল, ৰিঙা-ৰোৱা

अर्थ : চিঞৰিলে বা ডাঙৰকৈ উচ্চাৰণ কৰি কথা পাতিলে হোৱা শ্্ব্দ

उदाहरण : শিক্ষকজন শ্রেণীকোঠাৰপৰা ওলোৱাৰ পিছতে ছাত্র-ছাত্রীবোৰে হুলস্থূল কৰিবলৈ ধৰিলে

पर्यायवाची : কিৰিলি, কেলকেলনি, কেলমেলনি, কেলৌ-মেলৌ, কোর্হাল, কোলাহল, গণ্ডগোল, চিঞৰ-বাখৰ, হল্লা, হাই, হাই-উৰুমি, হাল্লা, হুলস্থূল

अर्थ : জনসাধাৰণৰ মাজত সংশয়ৰ কাৰণে হোৱা কোলাহল আৰু লৰা-ধপৰাৰ এক অৱস্থা

उदाहरण : গাঁৱত ডকাইত অহাৰ লগে-লগে হুলস্থূল লাগিল

पर्यायवाची : হুলস্থূল

चौपाल