पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से হৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

হৰা   ক্ৰিয়া

अर्थ : কোনো লোক আদিক বলপূর্বকভ্াৱে উঠাই লৈ যোৱা

उदाहरण : সন্ত্রাসবাদীয়ে কাশ্মীৰৰ এগৰাকী মন্ত্রীৰ জীয়েকক অপহৰণ কৰিলে

पर्यायवाची : অপহৰণ কৰা, হৰণ কৰা

अर्थ : প্রতিযোগিতা, যুদ্ধ, খেল আদিত সফল নোহোৱাৰ কাৰণে হাতৰ পৰা তাৰ সৈতে সম্পর্কযুক্ত বস্তু যাবলৈ দিয়া

उदाहरण : ৰামানাথে জুৱাত পাঁচ হাজাৰ টকা হাৰিলে

अर्थ : যুদ্ধ, খেল, প্রতিযোগিতা আদিত প্রতিপক্ষৰ সন্মুখত বিফল হোৱা কার্য

उदाहरण : মহাভাৰতৰ যুদ্ধত কৌৰৱ পক্ষ হাৰিছিল

पर्यायवाची : অসফল হোৱা, পৰাজিত হোৱা

अर्थ : প্রচেষ্টা কৰি বিফল হোৱা

उदाहरण : মই জীৱনত হাৰিছোঁ

पर्यायवाची : অসফল হোৱা

चौपाल