अर्थ : তুচ্ছ অথবা অতি সাধাৰণ ভাৱে কৰা ব্যৱহাৰ
उदाहरण :
নিজৰ কামৰ সৈতে খেলা কৰা উচিত নহয়
पर्यायवाची : খেলা
अर्थ : মনত আনন্দ দিয়া কথা বা কাম
उदाहरण :
মোৰ লগত ধেমালি নকৰিবা
पर्यायवाची : ধেমালি, বিনোদন, ্হাঁহি-ধেমালি, ৰং-ৰহইচ, ৰগৰ