सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ৰক্ত বর্ণৰ
उदाहरण : ৰামৰ হাতত এখন ৰঙা ৰুমাল আছিল
पर्यायवाची : তেজাল, লাল, ৰঙা
अर्थ : তেজ বৰণৰ
उदाहरण : পুৱাৰ সূর্য ্লোহিত ্বর্ণৰ হয়
पर्यायवाची : তেজৰঙী, লোহিত, ্ৰক্তবর্ণী, ৰক্তাভ
अर्थ : ৰঙা হোৱাৰ ভাব বা তেজৰঙা বৰণৰ
उदाहरण : এই ফলটো পকিলে ৰঙচুৱা ৰঙৰ হৈ পৰে
पर्यायवाची : আৰক্ত, ৰঙচুৱা
इंस्टॉल करें