अर्थ : যিজন ব্যক্তিয়ে ৰক্ষা কৰে
उदाहरण :
দেশৰ ৰক্ষকে নিজৰ প্রাণৰ কথা চিন্তা নকৰি সীমান্তত পহৰা দি থাকে
पर्यायवाची : আৰক্ষক, ৰক্ষা কর্তা, ৰখীয়া
अर्थ : যিজনে কাৰোবাক মুক্ত কৰাত সহায় কৰে বা কাৰোবাৰ কষ্ট আদি দূৰ কৰে
उदाहरण :
আধুনিক সমাজত কিছুমান লোকে ত্রাণকর্তা হোৱাৰ ভাও ধৰে
पर्यायवाची : উদ্ধাৰকাৰী, ত্রাণকর্তা
अर्थ : ৰক্ষা কৰোঁতা
उदाहरण :
মন্ত্রীৰ দেহৰক্ষী সন্ত্রাসবাদীৰ বলি হʼল
पर्यायवाची : দেহৰক্ষী, ৰক্ষাকর্তা