अर्थ : ধন লৈ সম্ভোগ কৰোৱা নাৰী
उदाहरण :
কিছুমান অবোধ ছোৱালীক বলপূর্বকভ্াৱে বেশ্যা বনোৱা হয়
पर्यायवाची : গণিকা, ডাংকাটী, দেহোপজীৱিনী, ধেমনী, নটিনী, নটী, নষ্টা, নাগৰী, নাটেশৰী, পতিতা, বনৰী, বাৰবণিতা, বাৰবধু, বাৰবিলাসিনী, বাৰাঙ্গনা, বাৰেপৈয়াঁতী, বেশ্যা, ব্যভিচাৰিণী, ভ্রষ্টা, মাগী, স্বৈৰিণী, ৰাজহী, ৰাণ্ডী, ৰেণ্ডী
अर्थ : বিবাহ নকৰাকৈ বা এনেয়ে ৰখা স্ত্রী
उदाहरण :
প্রাচীন কালত কোনো কোনো ৰজাই কেইবাগৰাকীও ৰক্ষিতা ৰাখিছিল
पर्यायवाची : উপপত্নী