पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ৰখা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ৰখা   ক্ৰিয়া

अर्थ : নিজৰ অধিকাৰলৈ বা ৰক্ষা কৰিবলৈ অনা কার্য

उदाहरण : চুবুৰীয়াৰ গহণাবোৰ মোৰ ঠাইতে ৰাখিছো তেওঁ এজনী গাইগৰু ৰাখিছে

अर्थ : স্থিত কৰা

उदाहरण : চন্দুকত বহুমূল্যবান বস্তুবোৰক চম্ভালি ৰখা হয়

अर्थ : * কোনো বিশেষ উদ্দেশ্য বা ব্যৱহাৰৰ বাবে বেলেগকৈ ৰখা

उदाहरण : এই সামগ্রী পূজাৰ বাবে ৰখা হৈছে এই স্থান এক ধর্মীয় সংস্থাৰ বাবে সমর্পিত কৰা হৈছে

पर्यायवाची : সমর্পিত কৰা

अर्थ : প্রস্থান নকৰা বা আগুৱাই নোযোৱা:পথ অৱৰোধ হৈ থকাৰ কাৰণে আমি এঘণ্টা ধৰি তাত ৰৈ থাকিবলগীয়া হʼল

उदाहरण :

पर्यायवाची : ৰৈ থকা

अर्थ : কাৰোবাৰ কাৰণে ঠাই সুৰক্ষিত কৰা

उदाहरण : নাটক চাবৰ কাৰণে তেওঁ ্মোলৈ আসন ৰাখিলে

अर्थ : গতিত বাধাৰ উৎপন্ন হোৱা কার্য

उदाहरण : মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল

पर्यायवाची : আটক কৰা, গতিৰুদ্ধ হোৱা, বন্ধ হোৱা, ৰৈ যোৱা

अर्थ : প্রস্তুত কৰা

उदाहरण : তেখেতে নিজৰ চিন্তাধাৰা সভাত ৰাখিলে

अर्थ : বেয়া হʼবলৈ নিদিয়া

उदाहरण : আচাৰক তেলত ডুবাই ৰাখি বহুদিনলৈকে ৰাখিব পাৰি

पर्यायवाची : থোৱা

अर्थ : কোনো ধৰণৰ জ্ঞান, গুণ আদি মনত ধাৰণ কৰা কার্য

उदाहरण : তেওঁ বিজ্ঞানৰ বিষয়ৰ বহুত খবৰ ৰাখে

अर्थ : কোনো ঠাইত বা বস্তু আদিত থকা বস্তু আদিক কোনো অন্য ঠাই বা বস্তু আদিত

उदाहरण : এই কলহটোৰ পানীখিনি আন এটা কলহত ঢালি দিয়া

पर्यायवाची : ঢলা, থোৱা, বকা

चौपाल