अर्थ : তৰকাৰী হিচাপে খোৱা লতাজাতীয় গছত লগা এবিধ ফল???
उदाहरण :
কিছুমান মানুহে ৰঙালাওৰ তৰকাৰী খাই বৰ ভাল পায়
पर्यायवाची : ৰঙালাউ???
अर्थ : তৰকাৰী হিচাপে খোৱা এবিধ ফলৰ লতাজাতীয় গছ???
उदाहरण :
খেতিৰ ৰঙালাওবিলাক এতিয়া লাগিবলৈ ধৰিছে
पर्यायवाची : ৰঙালাও গছ???