अर्थ : ষড়যন্ত্র আদিৰ ৰূপৰেখা তৈয়াৰ কৰা
उदाहरण :
দুর্যোধনে পাণ্ডৱৰ বিৰুদ্ধে ষড়যন্ত্র ৰচিলে
अर्थ : কোনো বস্তু সাজি তৈয়াৰ কৰা বা ৰচা কার্য
उदाहरण :
মই আজি এটা নতুন কবিতা সৃষ্টি কৰিলোঁ
पर्यायवाची : সৃজন কৰা, সৃষ্টি কৰা