पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ৰজ্জু शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ৰজ্জু   বিশেষ্য

अर्थ : কপাহ, ৰেচম আদিৰ পৰা তৈয়াৰ কৰা দীঘল মিহি ্ আঁহ, যি বোৱা-কটাত ব্যৱহাৰ হয়

उदाहरण : এই শাৰীখন পাট সূতাৰে তৈয়াৰী

पर्यायवाची : গুণ, সূতা, সূত্র

अर्थ : সূতা, শন আদিৰে বাটি তৈয়াৰ কৰা এবিধ দীঘলীয়া বস্তু যাক বিশেষকৈ বন্ধা আদি কামত ব্যৱহাৰ কৰা হয়

उदाहरण : গাঁৱৰ মানুহে চোৰটোক ৰচীৰে বান্ধি পেলালে

पर्यायवाची : জৰী, ৰচী

चौपाल