अर्थ : বস্তুৰ আদান-প্রদানৰ প্রক্রিয়া
उदाहरण :
বস্তুৰ বিনিময় কৰাৰ প্রণালী অতি প্রাচীন
पर्यायवाची : অদল-বদল, অদলী-বদলী, আদান-প্রদান, বিনিময়
अर्थ : অলপ হেৰ-ফেৰ বা পৰি্ৱর্তন
उदाहरण :
শ্যামৰ ঘৰটোৰ ৰদ-বদল দেখি আমি হতচকিত ্হʼলোঁ
पर्यायवाची : সালসলনি
अर्थ : এটাক এৰি তাৰ ঠাইত আনক গ্রহণ কৰা কার্য
उदाहरण :
বিক্রী হোৱা বস্তুৰ ৰদ-বদল নহয়
पर्यायवाची : অদল-বদল