सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি ৰসেৰে ভৰপূৰ
उदाहरण : আম এবিধ ৰসাল ফল
पर्यायवाची : সৰস, ্ৰসালী, ৰসগর্ভ, ৰসপূর্ণ, ৰসময়, ৰসাত্মক
अर्थ : যি ৰুচিৰে ভৰপূৰ
उदाहरण : তেওঁৰ ওচৰত ৰুচিসম্পন্ন কাহিনীৰ কিতাপ আছে
पर्यायवाची : ভাল, ৰুচিকৰ, ৰুচিসম্পন্ন, ৰোচক
अर्थ : যʼত ৰস আছে
उदाहरण : পুৰীৰ লগত ৰসযুক্ত চ্্ব্জি খাই ভাল লাগে
पर्यायवाची : ৰসযুক্ত
इंस्टॉल करें