सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ৰজাৰ দৰবাৰ বা সভা
उदाहरण : ৰাজসভাত ৰাজ্যৰ সমস্যাবোৰৰ আলোচনা কৰা হʼল
पर्यायवाची : ৰাজ-দৰবাৰ, ৰাজ-সভা, ৰাজসভা
अर्थ : যি ঠাইত ৰজা-মহাৰজা আদিয়ে নিজৰ বিষয়ববীয়াসকলৰ লগত একেলগে বহে
उदाहरण : ৰজা-মহাৰজাৰ দৰবাৰত কবি, গায়ক আদি উপস্থিত আছিল
पर्यायवाची : দৰবাৰ, ৰাজ-দৰবাৰ
इंस्टॉल करें