पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ৰাজ্ঞী शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ৰাজ্ঞী   বিশেষ্য

अर्थ : ৰজাৰ পত্নী

उदाहरण : ৰজা দশৰথৰ তিনিগৰাকী পত্নী আছিল

पर्यायवाची : চুলতানা, পটেছৰী, পটেশ্বৰী, পাটমাদৈ, পাটৰাণী, বেগম, মহাদৈ, মহাৰাণী, মহিষী, মাদৈ, সম্রাজ্ঞী, ৰাজ-ৰাজেশ্বৰী, ৰাজৰাণী, ৰাণী

अर्थ : কোনো সাম্রাজ্যৰ মহিলা শাসক বা অধিকাৰী:ভাৰতৰ ইতিহাসত কোনো প্রসিদ্ধ সম্রাজ্ঞীৰ উল্লেখ পোৱা নাযায়

उदाहरण :

पर्यायवाची : চুলতানা, মহিষী, সম্রাজ্ঞী, সাম্রাজ্য অধিকাৰিণী, ৰাজ-ৰাজেশ্বৰী, ৰাজৰাণী

चौपाल