सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো দেশৰ প্রশাসনীয় দল বা চৰকাৰ
उदाहरण : দেশে অতি সোনকালেই কেইখনমান নতুন আঁচনি আৰম্ভ কৰিব
पर्यायवाची : চৰকাৰ, দেশ
अर्थ : এখন নির্দিষ্ট সংবিধান মানি চলা বিভিন্ন ৰাজ্য, নগৰ আদি থকা পৃথিৱীৰ এক বিশেষ ভূ-ভাগ
उदाहरण : ভাৰতবর্ষ ্মোৰ দেশ দেশতকৈ মোমাই ডাঙৰ নহয়
पर्यायवाची : দেশ
अर्थ : কোনো দেশত বাস কৰা লোক
उदाहरण : গান্ধীজীৰ মৃত্যুত গোটই দেশে কান্দিছিল
इंस्टॉल करें