सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কাম আদি কৰাৰ বাবে নি্র্ধাৰণ কৰা শৈলী
उदाहरण : যদি তুমি এই ঢঙেৰে কাম কৰা তেনেহʼলে পিছত বহুত পস্তাবা
पर्यायवाची : কায়দা, ঢঙ, নিয়ম, পদ্ধতি, বিধি, শৈলী
अर्थ : বহুদিনৰ পৰা প্রায় একেদৰেই চলি অহা প্রথা বা বিচাৰ
उदाहरण : সকলো সমাজৰে বৈবাহিক পৰম্পৰা বেলেগ বেলেগ
पर्यायवाची : দস্তুৰ, প্রথা, পৰম্পৰা, ৰীতি-নীতি
इंस्टॉल करें