अर्थ : যাৰ ব্যৱহাৰ কঠোৰ বা যি কঠোৰ ব্যৱহাৰ কৰে
उदाहरण :
আমাৰ প্রধান শিক্ষকজন বৰ ৰুক্ষ, তেওঁ সকলো শিশুৰ লগতে কঠোৰ ব্যৱহাৰ কৰে
पर्यायवाची : কঠোৰ ব্যৱহাৰ, ৰুক্ষ ব্যৱহাৰ
अर्थ : তেল, ঘিঁউ আদি তেলীয়া বস্ত নথকা বা নিমিহলোৱা বস্তু
उदाहरण :
খেতিয়কজনে প্রসন্নতাৰে শুকান ৰুটি আৰু চাটনি খাই আছে
पर्यायवाची : শুকান