सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ৰুচিৰ অনুকূল বা ভাল লগা
उदाहरण : এইয়া মোৰ পচন্দৰ খাদ্য
पर्यायवाची : পচন্দৰ, প্রিয়, ভাল লগা-, মনঃপুত, মনপচন্দ, মনোমত
अर्थ : যি ৰুচিৰে ভৰপূৰ
उदाहरण : তেওঁৰ ওচৰত ৰুচিসম্পন্ন কাহিনীৰ কিতাপ আছে
पर्यायवाची : ভাল, ৰসাল, ৰুচিসম্পন্ন, ৰোচক
अर्थ : ৰুচি উৎপন্ন কৰোঁতা
उदाहरण : মোৰ মায়ে ৰুচিকৰ আহাৰ ৰান্ধে
इंस्टॉल करें