सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ডিঙিৰ ওপৰৰ সন্মুখফালে থকা অংগ
उदाहरण : ৰামৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিছে
पर्यायवाची : আনন, গঢ়, চেহেৰা, ঠগ, বদন, মুখ
अर्थ : * কোনো স্থানিক বিশেষত্ব (বিশেষকৈ যিদৰে ৰূপৰেখাত পৰিভাষিত কৰা হয়)
उदाहरण : কোনো গীত আদিৰ সংগীত সম্বন্ধী ৰূপক এজন সংগীতজ্ঞইহে ভালদৰে বুজিব পাৰে
पर्यायवाची : আকৃতি, ৰচনা
अर्थ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
उदाहरण : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
पर्यायवाची : অৱস্থা, গতি, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত
अर्थ : মুদ্রা, গহণা, বাচন আদি তৈয়াৰ কৰা এবিধ বগা উজ্জ্বল ধাতু
उदाहरण : তেওঁ ্ ৰূপৰ গহণা পিন্ধিছিল
पर्यायवाची : ৰজত, ৰূপা
अर्थ : কোনো বস্তুৰ বাহিৰৰ সেই অংশ যাৰ যোগেদি বস্তুবিধৰ দীঘ, প্রস্থ, প্রকাৰ, গুণাগুণ সম্পর্কে ্ জানিব পাৰি:দ্রৱৰ কোনো নিজা আকাৰ নাই
उदाहरण :
पर्यायवाची : আকাৰ, গঠন, গঢ়, মূর্তৰূপ, স্বৰূপ
अर्थ : পদ বা শ্্ব্দৰ আটাইতকৈ সৰু একক
उदाहरण : ৰূপ দুই প্রকাৰৰ, মুক্ত আৰু বদ্ধ
अर्थ : যি এক বিশেষ আকাৰত প্রদর্শিত বা অভিব্যক্ত হয়
उदाहरण : কালী দুর্গাৰ এক ৰৌদ্র ৰূপ
अर्थ : কোনো নাৰীৰ উৎকৃষ্ট শাৰীৰিক সৌন্দর্য
उदाहरण : তেওঁৰ ্ কান্তি নিৰুপম
पर्यायवाची : কান্তি, সৌন্দর্য
इंस्टॉल करें