पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ৰেখাংকন शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ৰেখাংকন   বিশেষ্য

अर्थ : চিত্রৰ ৰূপৰেখা তৈয়াৰ কৰাৰ কাৰণে ৰেখা অংকন কৰা কার্য

उदाहरण : প্রথমতে এই চিত্রৰ ৰেখাংকন কৰা আৰু তাৰ পিছত ৰং কৰা

पर्यायवाची : ৰেখাঙ্কন

अर्थ : ৰেখাৰে তৈয়াৰ কৰা কোনো বস্তুৰ চিত্র

उदाहरण : শ্যামৰ ৰেখা-চিত্রখন বৰ ধুনীয়া হৈছে

पर्यायवाची : ৰেখা-চিত্র, ৰেখাঙ্কন

अर्थ : সীমা নি্র্ধাৰিত কৰিবৰ কাৰণে ৰেখা টনা কার্য

उदाहरण : শ্যামে খেলিবৰ কাৰণে খেলপথাৰৰ ৰেখাংকন কৰি আছে

पर्यायवाची : ৰেখাঙ্কন

चौपाल