सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বিশেষকৈ মানুহ আৰু বাহনৰ সমূহ যি প্রদর্শনী আদিত ক্রম অনুসৰি আগবাঢ়ি যায়
उदाहरण : পুলিচে অকাৰণতে কুচকাৱাজ দলৰ ওপৰত লাঠীচালনা কৰিলে
पर्यायवाची : কুচকাৱাজ, মার্চ্চ
अर्थ : বিশাল জনসমাগমৰ প্রদর্শন
उदाहरण : এই সমাবেশত ডাঙৰ ডাঙৰ নেতাই অংশগ্রহণ কৰিছে
पर्यायवाची : জনসভা, সমাবেশ, সমাৱেশ
इंस्टॉल करें