अर्थ : চালু হৈ থকা কোনো কাম বন্ধ হৈ যোৱা
उदाहरण :
বিজুলী সৰবৰাহ ব্যাহত হোৱাৰ কাৰণে অলপ কাম থাকি গʼল
पर्यायवाची : থাকি যোৱা
अर्थ : গতিত বাধাৰ উৎপন্ন হোৱা কার্য
उदाहरण :
মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল
पर्यायवाची : আটক কৰা, গতিৰুদ্ধ হোৱা, বন্ধ হোৱা, ৰখা
अर्थ : কোনো বিশেষ কাৰণত কোনো কাম নোহোৱাকৈ থাকি যোৱা
उदाहरण :
পৰীক্ষাত মোৰ দুটা প্রশ্ন ৰৈ গʼল
पर्यायवाची : বাদ পৰিল
अर्थ : বাকী থাকি যোৱা
उदाहरण :
ভালে কেইবাৰ ঘঁহি ্ঘঁহি ধোৱাৰ পিছতো এই দাগটো ৰৈ গʼল