सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বীজ ৰোপন কৰা ব্যক্তি
उदाहरण : ৰোপকে খেতিত বীজ ছটিয়াই আছে
पर्यायवाची : ৰোপনকর্তা
अर्थ : ৰোপন কৰা ব্যক্তি
उदाहरण : খেতিয়কজনে দুজন ৰোপক লৈ পথাৰলৈ গৈছে
अर्थ : বীজ ৰোপন কৰোতা
उदाहरण : ৰোপক ব্যক্তিয়ে পথাৰত বীজ ৰুই আছে
अर्थ : যি ৰোপন কৰে
उदाहरण : ৰোপক শ্রমিকে খেতি পথাৰত ধান ৰুই আছে
इंस्टॉल करें