पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ৰোৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ৰোৱা   ক্ৰিয়া

अर्थ : কামত অহাৰ পিছতো কিছু অৱশিষ্ট ৰৈ যোৱা

उदाहरण : সকলো প্রয়োজনীয় বস্তু কিনাৰ পিছতো মোৰ হাতত তিনিশ টকা বাচিল

पर्यायवाची : বচা

अर्थ : কোনো কথাৰ সূত্রপাত ঘটোৱা

उदाहरण : বিবাহবিচ্ছেদ কৰা মহিলাগৰীকীয়ে নিজৰ লʼৰাটোৰ মনত দেউতাকৰ প্রতি ঘৃণাৰ বীজ ৰোপন কৰিলে

पर्यायवाची : ৰোপন কৰা

अर्थ : ৰোপন কৰাৰ কাম হোৱা

उदाहरण : পথাৰত ৰোপন কৰা হৈছে

पर्यायवाची : ৰোপন কৰা

अर्थ : কোনো কাম বা চলি থকা কোনো ক্রম মাজতে বন্ধ হৈ যোৱা

उदाहरण : কাম-কাজ সকলো বন্ধ হৈ গʼল বৰষুণ থামিল

पर्यायवाची : এৰা, থামা, বন্ধ হোৱা, ৰৈ যোৱা

अर्थ : কোনো উদ্ভিদ এঠাইৰ পৰা উভালি নি অন্য এঠাইত লগোৱা কার্য

उदाहरण : খেতিয়কে খেতিপথাৰত ধান ৰুইছে

पर्यायवाची : ৰোপন কৰা

ৰোৱা   বিশেষণ

अर्थ : যʼত চহোৱা আৰু ৰোপন কৰা হৈছে (খেতি)

उदाहरण : খেতিয়কে ৰোৱা খেতিডৰা ৰখি আছে

चौपाल