ಅರ್ಥ : যিজন সন্মুখত উপস্থিত বা হাজিৰ হোৱা নাই
ಉದಾಹರಣೆ :
আজি শ্যাম শ্রেণীত অনুপস্থিত আছিল
ಸಮಾನಾರ್ಥಕ : গৰহাজিৰ
ಅರ್ಥ : যিজন প্রবিষ্ট হোৱা নাই
ಉದಾಹರಣೆ :
অনুপস্থিত অতিথিসকলক শীঘ্রে ভিতৰলৈ আহিবলৈ কোৱা হʼল
ಸಮಾನಾರ್ಥಕ : অপ্রবিষ্ট