ಅರ್ಥ : ধাতু, কাঠ, শিল আদিৰ ওপৰত কাটি উলিওৱা ভাস্কর্য
ಉದಾಹರಣೆ :
এই চকীখনৰ খোদাইৰ কাম বহুত ভাল হৈছে
ಸಮಾನಾರ್ಥಕ : খোদন
ಅರ್ಥ : ধাতু, পাথৰ, কাঠ আদিৰ ওপৰত খোদাই কৰি ভাস্কর্য ্তৈয়াৰ কৰা কলা
ಉದಾಹರಣೆ :
বাঢ়ৈয়ে নিজৰ লʼৰাজনক খোদাই কাম শিকাই আছে