ಅರ್ಥ : একপ্রকাৰৰ সুগন্ধিত গছৰ কাঠ যাৰ মিহি গুৰিৰে শৰীৰত প্রলেপ লগোৱা হয়
ಉದಾಹರಣೆ :
চন্দনে শৰীৰত শীতলতা প্রদান কৰে
ಸಮಾನಾರ್ಥಕ : গন্ধৰাজ
ಅರ್ಥ : পবিত্র জ্ঞান কৰা সুগন্ধিযুক্ত কাঠৰ এবিধ গছ
ಉದಾಹರಣೆ :
দক্ষিণ ভাৰতত চন্দন গছ বেছিকৈ পোৱা যায়