ಅರ್ಥ : কিবা কাম কৰা বা নকৰাৰ সম্পর্কত ্কৰা সঠিক নিশ্চিতি
ಉದಾಹರಣೆ :
ভীষ্মই আজীৱন ্ব্রহ্মচর্য ব্রত ্পালন কৰাৰ প্রতিজ্ঞা কৰিছিল
ಸಮಾನಾರ್ಥಕ : প্রতিজ্ঞা
ಅರ್ಥ : পাশা, জুৱা আদি খেলৰ সময়ত হৰা-জিকাৰ কাৰণে খেলুৱৈৰ সন্মুখত ৰখা বস্তু বা ধন আদি
ಉದಾಹರಣೆ :
যুধিষ্ঠিৰে পাশা খেলত দ্রৌপদীক পণ হিচাপে ৰাখিছিল