ಅರ್ಥ : ভৰি থʼব পৰা আসন
ಉದಾಹರಣೆ :
শ্যামাই আৰাম দিবৰ কাৰণে ভৰিদুখন পাওদানীত ৰাখিছে
ಸಮಾನಾರ್ಥಕ : পাৱদানী
ಅರ್ಥ : ভৰি থোৱা কোনো বস্তু বা স্থান
ಉದಾಹರಣೆ :
পাওদানীৰ সুবিধা হোৱাৰ কাৰণে ভৰি দুখনে আৰাম পায়
ಸಮಾನಾರ್ಥಕ : পাৱদানী