ಅರ್ಥ : কেইবাটাও গুলী একেলগে চলাব পৰা এক ধৰণৰ মাৰণাস্ত্র
ಉದಾಹರಣೆ :
নাথুৰামৰ ৰিভল্ভাৰৰ পৰা ওলোৱা গুলীয়েই গান্ধীজীৰ মৃত্যুৰ কাৰণে
ಸಮಾನಾರ್ಥಕ : ৰিভল্ভাৰ
ಅರ್ಥ : বন্দুকৰ দৰে এবিধ সৰু অস্ত্র
ಉದಾಹರಣೆ :
পুলিচে চোৰৰ হাতৰ পৰা এটা বিদেশী পিষ্টল উলিয়ালে
ಸಮಾನಾರ್ಥಕ : পিস্তল