ಅರ್ಥ : এটা দলত এঘাৰজনকৈ খেলুৱৈ হৈ দুটা দলে হকী মাৰিৰ সহায়ত বল খেলা এক ধৰণৰ খেল
ಉದಾಹರಣೆ :
হকী ভাৰতৰ ৰাষ্ট্রীয় খেল
ಸಮಾನಾರ್ಥಕ : হকী খেল
ಅರ್ಥ : কাঠেৰে তৈয়াৰ কৰা ঘোৰ খোৱা মূৰবিশিষ্ট এক ধৰণৰ খেলৰ আহিলা যাৰ সহায়ত বল খেলিব পৰা যায়
ಉದಾಹರಣೆ :
খেলপথাৰত খেলুৱৈৱে হাতত হকী লৈ বলৰ পিছত দৌৰি আছিল