பொருள் : যি প্রমাণৰ দ্বাৰা সিদ্ধ নহয়
எடுத்துக்காட்டு :
অপ্রমাণিত অপৰাধৰ শাস্তি আপুনি কেনেকৈ দিব পাৰে!
பொருள் : যিটো প্রমাণ আদিৰ দ্বাৰা প্রতিপন্ন কৰা হোৱা নাই
எடுத்துக்காட்டு :
অপ্রমাণিত প্রমাণপত্র দিয়াৰ কাৰণে আপোনাৰ আবেদন পত্রখন বিবেচনা কৰিব পৰা নগʼল
ஒத்த சொற்கள் : অপৰীক্ষিত