பொருள் : কোনো কথা, কাম আদিত সহমত নোহোৱা ভাব বা কার্য
எடுத்துக்காட்டு :
সদস্যসকলৰ অসন্মতিৰ কাৰণেই এই আঁচনিখন ওলমি আছে
ஒத்த சொற்கள் : অসন্মতি, অসমর্থন, অসহমত, সন্মতিহীনতা
பொருள் : যিজন সন্মত বা মান্তি নহয়
எடுத்துக்காட்டு :
কিছুমান লোক এই প্রস্তাৱটোত অসন্মত আছিল
ஒத்த சொற்கள் : অসন্মত