பொருள் : যি প্রেৰণা দিয়ে বা কোনো কামত প্রবৃত্ত কৰায়
எடுத்துக்காட்டு :
কেইবাজনো উৎসাহদাতাৰ উৎসাহে মোক এই স্থানলৈকে পোৱালে
பொருள் : উৎসাহ বৃদ্ধি কৰোতা
எடுத்துக்காட்டு :
উৎসাহদাতা ব্যক্তিজনে দলটোক উৎসাহিত কৰি আছিল
ஒத்த சொற்கள் : প্রোৎসাহক