பொருள் : দিন আৰু ৰাতিৰ সন্ধিক্ষণ, যি সময়ত গৰু-গাই চৰি ঘূৰি আহোঁতে পথত ধূলি উৰে
எடுத்துக்காட்டு :
তেওঁ গধূলিতে ঘৰৰ পৰা ওলাল
ஒத்த சொற்கள் : গধূলা, গধূলি, গধূলি-বেলিকা, দিনান্ত, মগৰীব, সন্ধিয়া, সন্ধ্যা, সন্ধ্যাবেলা, সাঁজ, সায়াহ্ন