பொருள் : ওপৰৰ ভাগ বেঙুনীয়া আৰু তলৰ ভাগ বগা কন্দৰ এবিধ পাচলি-গছ
எடுத்துக்காட்டு :
সীতাই শাকনিৰ পৰা চালগোম উঘালিছে
ஒத்த சொற்கள் : চালগোম গছ
பொருள் : গাৰ ওপৰৰ ফালে পাতল বেঙুনীয়া আৰু তলৰ ফালে বগা ৰঙৰ এবিধ গোলাকাৰ কন্দ বা মূল
எடுத்துக்காட்டு :
চালগোমেৰে তৰকাৰী আৰু চালাদ বনোৱা হয়