பொருள் : জোতাৰ সলনি পিন্ধা চামৰা, ৰবৰ, প্লাষ্টিক আদিৰ পটি লগোৱা আৰু গোৰোহা ওলাই থকা এবিধ সামগ্রী
எடுத்துக்காட்டு :
মোৰ চেণ্ডেলযোৰ চিগিল
ஒத்த சொற்கள் : চপ্পল
பொருள் : এক প্রকাৰৰ গোৰোহাত পৰিধান কৰা ফিটা লগোৱা চপ্পল বিশেষ
எடுத்துக்காட்டு :
বৰষুণৰ দিনত মহেশে প্লাষ্টিকৰ চেণ্ডেল পিন্ধে