பொருள் : মানুহৰ মাজত প্রচলিত নি্র্ভৰযোগ্য আধাৰ নথকা কিছুমান কথা বা খবৰ
எடுத்துக்காட்டு :
কেতিয়াবা কেতিয়াবা জনশ্রুতিয়ে মানুহৰ মনত ভ্রমৰ সৃষ্টি কৰিব পাৰে
ஒத்த சொற்கள் : কিম্বদন্তি, জনপ্রবাদ, জনৰৱ, প্রবাদ
பொருள் : যিটো কাণ বাগৰি আহিছে
எடுத்துக்காட்டு :
মোৰ নিৰক্ষৰ আইতাই আমাক শ্রুতি কথা শুনাইছিল
ஒத்த சொற்கள் : কিংবদন্তি, শ্রুতি, শ্রুতি-কথা