பொருள் : তৰল পদার্থ ্কোনো ঠাইত গোট খোৱা কার্য
எடுத்துக்காட்டு :
পাহাৰত বৰফ জমিছে
பொருள் : কোনো এক পদার্থ আন ্পদার্থৰ ওপৰত গভীৰভাৱে বহি যোৱা কার্য
எடுத்துக்காட்டு :
ছাদৰ চিৰিত শেলাই জমিছে
பொருள் : ৰখা বা জমা কৰা হোৱা
எடுத்துக்காட்டு :
জমা ধনৰ ব্যৱহাৰ বিপত্তিৰ সময়ত কৰা হয়
ஒத்த சொற்கள் : জমাকৃত
பொருள் : ৰাখি থোৱা
எடுத்துக்காட்டு :
দোকানীজনে জমা মালবস্তুবোৰ দুগুণ দামত বেছি আছে