பொருள் : ধাতু আদি বস্তুৰ খুন্দা খোৱা বা বজা শ্্ব্দ
எடுத்துக்காட்டு :
এই মোনাটোত পইচাৰ জনজননি শুনিবলৈ পাইছোঁ
ஒத்த சொற்கள் : জনজননি
பொருள் : প্রতিধ্বনি উৎপন্ন হোৱা বা কৰা কার্য
எடுத்துக்காட்டு :
ঘন্টাৰ ঝংকাৰ গোটেই মন্দিৰটোত গুঞ্জৰিত হʼল
ஒத்த சொற்கள் : ঝংকাৰ