பொருள் : আৰতিৰ সময়ত জ্বলাই লোৱা চাকিৰ সমূহ
எடுத்துக்காட்டு :
আৰতিৰ সময়ত পুজাৰীৰ এখন হাতত দীপকমালা আৰু আনখন হাতত ঘন্টা আছিল
ஒத்த சொற்கள் : দীপকমালা
பொருள் : জ্বলি থকা দীপকৰ শাৰী
எடுத்துக்காட்டு :
দিৱালীৰ ৰাতিত ৰমেশৰ ঘৰৰ দুৱাৰত দীপমালা সজ্জিত আছিল
ஒத்த சொற்கள் : দীপাৱলী