பொருள் : ওপৰৰ পৰা তলৰ ফালে অনা কার্য
எடுத்துக்காட்டு :
কুঁৱলীৰ কাৰণে উৰাজাহাজ অৱতৰণত অসুবিধা হৈছে
ஒத்த சொற்கள் : অৱতৰণ
பொருள் : থিয় হৈ থকা কোনো বস্তুক হাউলিবলৈ প্রবৃত্ত কৰা
எடுத்துக்காட்டு :
ফল চিঙিবৰ কাৰণে ডালবোৰ তললৈ নমোৱা হয়
ஒத்த சொற்கள் : হাউলা
பொருள் : ওপৰৰ পৰা তলৰ ফালে অনা
எடுத்துக்காட்டு :
মোহনে ট্রাকৰ পৰা বস্তু নমাই আছে