பொருள் : যাৰ পিছফালে নেজৰ দৰে কিবা বস্তু লাগি থাকে
எடுத்துக்காட்டு :
কিছুমান তৰা নেজাল হয়
பொருள் : নেজ থকা
எடுத்துக்காட்டு :
নেজাল জন্তুৱে মহ, মাখি আদি খেদিবলৈ নিজৰ নেজৰ ব্যৱহাৰ কৰে
ஒத்த சொற்கள் : নেজযুক্ত