பொருள் : * কোনো কর্মচ্াৰীক অস্থায়ী কামৰ কাৰণে এজনক আনজনৰ ঠাইত স্থানান্তৰিত কৰা
எடுத்துக்காட்டு :
সেনাধ্যক্ষই এগৰাকী বিষয়াক সাগৰৰ পাৰত ডিউটী কৰিবলৈ নিযুক্ত কৰিলে
ஒத்த சொற்கள் : নিযুক্ত কৰা
பொருள் : কোনো বস্তু, ব্যক্তি আদিক এঠাইৰ পৰা আন এঠাইলৈ লৈ যোৱা বা যাবলৈ দিয়া
எடுத்துக்காட்டு :
ৰামে অঙ্গদক দূত হিচাপে ৰাৱণৰ ওচৰলৈ পঠালে মই এখন চিঠি পঠিয়ালো
ஒத்த சொற்கள் : পঠিওৱা, ৰাওনা হোৱা
பொருள் : কোনো নির্দিষ্ট কামৰ কাৰণে প্রেৰণ কৰা
எடுத்துக்காட்டு :
পর্যবেক্ষণৰ কাৰণে চৰকাৰৰ দ্বাৰা পঠোৱা দল ইয়াত আহি পাইছেহি
ஒத்த சொற்கள் : ৰাওনা