பொருள் : যাক অৱনমিত কৰি বহু তললৈ লৈ যোৱা হৈছে
எடுத்துக்காட்டு :
বিদ্রোহীয়ে পদদলিত ভাৰতীয় সমাজৰ ভিতৰি ভিতৰি সংস্কাৰ সাধন কৰিছিল
ஒத்த சொற்கள் : দলিত
பொருள் : যিটো ভৰিৰে গচকি দিয়া হৈছে
எடுத்துக்காட்டு :
হিন্দু ধর্মগ্রন্থত পদদলিত আহাৰ খোৱাটো বর্জনীয়
ஒத்த சொற்கள் : গচকা