பொருள் : যʼত পানীৰ পৰিমাণ বেছি আছে
எடுத்துக்காட்டு :
মʼহৰ তুলনাত গৰুৰ গাখীৰ বেছি পাতল
ஒத்த சொற்கள் : পাতলা
பொருள் : যি চিন্তা, দুখ, কষ্ট আদিৰ পৰা মুক্ত হয়
எடுத்துக்காட்டு :
নিজৰ মনৰ কথা কৈ দিয়াৰ পিছত এতিয়া মই পাতল হৈ গʼলো
ஒத்த சொற்கள் : সহজ